শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ · চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল (CICT), চেন্নাই
কাশী তামিল সংগমম 5.0
কাশী তামিল সংগমম 5.0
திருக்குறள் பயில்வோம் · Thirukkural Payilvom – Thirukkural Abhyas Karen · तिरुक्कुरल अभ्यास करें · Let's Learn Thirukkural
চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল (CICT), চেন্নাই · শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ
এতিয়াই আবেদন কৰক
ইণ্টাৰফেচৰ এই অনুবাদ এক খচৰা; CICT-য়ে ইয়াৰ পুনৰীক্ষণ কৰি আছে। English
উভতি যাওক
তিৰুক্কুৰল

তিৰুক্কুৰল অধ্যয়ন সংগী

আপোনাৰ নিজৰ ভাষাত যিকোনো বিষয়ে সোধক (বন্ধুত্ব, খং, শিক্ষা, পৰিশ্ৰম, সত্য); অধ্যয়ন সংগীয়ে সেই বিষয়ে কোৱা তিৰুক্কুৰলৰ কুৰলবোৰ বিচাৰি দিব, লগতে সেইবোৰৰ অনুবাদ, তামিল টীকা আৰু তামিলত আবৃত্তি।

তিৰুক্কুৰলে এই বিষয়ে কৈছে এই অধ্যায়ত 9. விருந்தோம்பல் · Hospitality

আপোনাৰ প্ৰশ্নৰ আটাইতকৈ ওচৰৰ কুৰলবোৰ

তামিল পাঠটো কম্পিউটাৰৰ কণ্ঠত পঢ়া হয়।
  1. உடைமையுள் இன்மை விருந்தோம்பல் ஓம்பாமடமை மடவார்கண் உண்டு.
    Utaimaiyul Inmai Virundhompal Ompaa · Matamai Matavaarkan Untu
    যিসকলে ধন-সম্পত্তি থাকিও অতিথিক
    বিমুখ কৰে; তেওঁলোক মূৰ্খ।
    The man of wealth is poor indeed
    Whose folly fails the guest to feed.
    তামিল টীকা

    பொருள் உடைய காலத்திலும் இல்லாமையாவது விருந்தோம்பலை இகழும் பேதைமை; அது அறிவுடையாரிடம் இல்லாதது; பேதையரிடம் உள்ளதாம்.

  2. இனைத்துணைத் தென்பதொன் றில்லை விருந்தின்துணைத்துணை வேள்விப் பயன்.
    Inaiththunaith Thenpadhon Rillai Virundhin · Thunaiththunai Velvip Payan
    আতিথ্যৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰি।
    ই অতিথিৰ মাজত নিহিত হৈ থাকে।
    Worth of the guest of quality
    Is worth of hospitality.
    তামিল টীকা

    விருந்தோம்பலாகிய வேள்வியின் பயன் இன்ன அளவினது என்று சொல்லக்கூடிய அளவினது அன்று; அதற்கு அவ்விருந்தின் தகுதியளவே அளவாகும்.

  3. இருந்தோம்பி இல்வாழ்வ தெல்லாம் விருந்தோம்பிவேளாண்மை செய்தற் பொருட்டு.
    Irundhompi Ilvaazhva Thellaam Virundhompi · Velaanmai Seydhar Poruttu
    গাৰ্হস্থ্য জীৱনৰ মূল উদ্দেশ্যই হৈছে
    অতিথি শুশ্ৰূষা আৰু দক্ষিণা প্ৰদান কৰা।
    Men set up home, toil and earn
    To tend the guests and do good turn.
    তামিল টীকা

    இல்லாளோடு காட்டிற்குச் செல்லாது இல்லத்திலிருந்து வாழும் வாழ்வானது, விருந்தினரைப் பேணி அவருக்கு நன்மை செய்தற்கேயாம்.

  4. வித்தும் இடல்வேண்டும் கொல்லோ விருந்தோம்பிமிச்சில் மிசைவான் புலம்.
    Viththum Italventum Kollo Virundhompi · Michchil Misaivaan Pulam
    যি ব্যক্তিয়ে অতিথিক সেৱা-শুশ্ৰূষা কৰি সন্তোষ লাভ কৰে তেওঁৰ খেতিপথাৰত বীজৰ প্ৰয়োজন আছে জানো?
    Should his field be sown who first
    Feeds the guests and eats the rest?
    তামিল টীকা

    விருந்தினருக்கு உணவளித்துப் பின் எஞ்சியதைத்தான் உண்பானது நிலத்திற்கு வித்திடுதல் வேண்டுமோ? வேண்டா. விருந்தோம்புவானது நிலம் தானே விளையும்.

  5. மோப்பக் குழையும் அனிச்சம் முகந்திரிந்துநோக்கக் குழையும் விருந்து.
    Moppak Kuzhaiyum Anichcham Mukandhirindhu · Nokkak Kuzhaiyum Virundhu
    অনিচ্চম ফুল যিদৰে শুঙিলে মৰহি যায় সেইদৰে গৃহস্থৰ শীতল চাৱনিত অতিথিৰ মুখো ক’লা পৰে। অনিচ্চমফুল: শুঙাৰ লগে লগে গোন্ধ আঁতৰি যোৱা এবিধ সংবেদনশীল কাঁইটীয়া ফুল। আমাৰ ‘লাজুকীলতা’ সদৃশ উদ্ভিদ।
    Anicham smelt withers: like that
    A wry-faced look withers the guest.
    তামিল টীকা

    அனிச்சப்பூவானது நுகர்ந்தபொழுது வாடும். விருந்தினர், உபசரிப்பார் முகம் வேறுபட்டு நோக்க வருந்துவர்.

আৰু কুৰল দেখুৱাওক

নিজকে পৰীক্ষা কৰক

প্ৰতিটো কুৰলৰ দ্বিতীয় শাৰীটো বাছনি কৰক, তাৰ পিছত উত্তৰটো খুলি চাওক।

  1. এই কুৰলৰ শুদ্ধ দ্বিতীয় শাৰীটো বাছনি কৰক। Choose the correct second line of this couplet.

    “আতিথ্যৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰি। …”

    1. ই অতিথিৰ মাজত নিহিত হৈ থাকে।
    2. তেওঁ হৈছে স্বৰ্গৰ এজন সন্মানীয় অতিথি।
    3. কৰিলে সেই আহাৰ যিমান অমৃত হ’লেও তিতা হয়।
    4. কৰা হয়, সেই পৰিয়াললৈ কেতিয়াও দৰিদ্ৰতা নাহে।
    উত্তৰ

    A · ই অতিথিৰ মাজত নিহিত হৈ থাকে। · কুৰল 87

  2. এই কুৰলৰ শুদ্ধ দ্বিতীয় শাৰীটো বাছনি কৰক। Choose the correct second line of this couplet.

    “যিসকলে ধন-সম্পত্তি থাকিও অতিথিক …”

    1. তেওঁ হৈছে স্বৰ্গৰ এজন সন্মানীয় অতিথি।
    2. বিমুখ কৰে; তেওঁলোক মূৰ্খ।
    3. অতিথি শুশ্ৰূষা আৰু দক্ষিণা প্ৰদান কৰা।
    4. কৰিলে সেই আহাৰ যিমান অমৃত হ’লেও তিতা হয়।
    উত্তৰ

    B · বিমুখ কৰে; তেওঁলোক মূৰ্খ। · কুৰল 89

অনুশীলন পৰীক্ষা →

এটা বিষয়ৰ পৰা আৰম্ভ কৰক

অধ্যয়ন সংগীয়ে আপোনাৰ শব্দবোৰ প'ৰ্টেলৰ নিজৰ তিৰুক্কুৰল অনুবাদ আৰু টীকাৰ সৈতে মিলাই চায়। ই নিজাকৈ একো নিলিখে, আৰু আপোনাৰ প্ৰশ্ন প'ৰ্টেলতে থাকে। ইয়াক বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি, সকলো 23টা ভাষাত।

অনুবাদ © চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল, চেন্নাই · CC BY 4.0

উদ্যোগত Government of India শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ
ৰূপায়ণত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল (CICT), চেন্নাই